Saturday, August 18, 2018





Swatch he sewa,Boko,15-9-2018
মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কামৰূপ জিলাৰ বকোত 'মিছন ১০০'ৰ অধীনত ২ নং ৰাজাপাৰা পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে। এই প্ৰকল্পটোৱে অঞ্চলবাসীক বিশুদ্ধ পানীৰ যোগান ধৰিব আৰু মুঠ ১,৩৮৫ গৰাকী লোক ইয়াৰদ্বাৰা উপকৃত হ'ব। এতিয়ালৈকে ৯০ ঘৰ পৰিয়ালে ইয়াৰ গৃহ সংযোগ লাভ কৰিবলৈ সক্ষম হৈছে।

অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰিহণ দৈমাৰী, সাংসদ শ্ৰী বিজয়া চক্ৰৱৰ্তী, বিধায়িকা শ্ৰী নন্দিতা দাস, বিধায়ক শ্ৰী প্ৰণৱ কলিতা, সচিব শ্ৰী সিদ্ধাথ্ সিঙ, মুখ্য অভিজন্তা সমৈ কুমাৰ বৰুৱা, গুৱাহাটী সংমন্দল এক অভিজন্তা শ্ৰী দিগন্ত বৰুৱাৰ লগতে অন্য বিষয়াসকল আজিৰ অনুষ্ঠানত উপস্থিত আছিল।









মাননীয় মন্ত্ৰী ৰামবিলাচ পাচুৱানজীৰ লগত আলোচনাৰ মুহূর্তত মাননীয় মন্ন্ত্ৰী ৰিহন দৈমাৰী





Greetings and Welcome to  Her Royal Highness Princess of Thailand Maha Chakri Sirindhorn and her Entourage by our Hon'ble Minister of PHE, FCS & CA, Assam Mr. Rihon Daimari at LGBI Airport, Borjhar on 23rd November, 2016.




Hon'ble Minister Rihon Daimari of PHE, FCS & CA, Assam, Chief Engineer (Sanitation),P.H.E.D 
with state coordinator. 29.12.2016.





Respected Chief Engineer, at Hengrabari 
Bihu inauguration P.H.E.D Complex



Respected Chief Engineer,

72 Independent Day celebration in P.H.E.D complex , hengrabari,guwahati



15/8/2018



In the Farewell meeting of Gautam Paul sir Addition Chief Engineer (PHE), LAZ



some office extra works




No comments:

Post a Comment